ইজিটিউব - ইউটিউব মাৰ্কটিং অসমী

  • 7.2 MB

    ফাইলের আকার

  • Everyone

  • Android 4.4+

    Android OS

ইজিটিউব - ইউটিউব মাৰ্কটিং অসমী সম্পর্কে

ইউটিউব মাৰ্কটিং অসমীয়া গাইড- এই গাইডলাইন নতুন ইউটিউবাৰ সকলৰ বাবে বনোৱা হৈছে।

এই গাইডলাইন এপটো যদিও নতুন ইউটিউবাৰ সকলৰ বাবে বনোৱা হৈছে তথাপি সৰু-ডাঙৰ সকলো ইউটিউবাৰৰ সহায়ক হ'ব বুলি আশা ৰাখিছোঁ।

বহুতেই ইউটিউবৰ পৰা ইনকাম কৰিব বিচাৰে কিন্তু নাজানে ইউটিউবৰ সাফল্যৰ চাবিকাঠি! সেয়েহে, নতুন ইউটিউবাৰ সকলৰ বাবে লৈ আহিলো, "ইউটিউব মাৰ্কেটিং গাইউ" এপ সম্পূৰ্ণ অসমীয়া ভাষাত! ইয়াত Step by step আলোচনা কৰা হৈছে- ইউটিউব চেনেল খোলাৰে পৰা মানিটাইজেচন লৈকে লগতে বিভিন্ন ধৰণৰ টিপচ & ট্ৰিকচ, কমন প্ৰশ্ন আৰু সতৰ্কতা। মুঠতে ইউটিউবৰ সকলো বিষয় বস্তু ওপৰত এই এপটোত আলোচনা কৰা হৈছে।

ফিচাৰ্চ আৰু কেটেগোৰী

• সাধাৰণ

• টিপচ আৰু ট্ৰিকচ

• কমন প্ৰশ্ন

• সতৰ্কতা

আরো দেখানকম দেখান

What's new in the latest 1.4

Last updated on 2020-01-16
Bug fixes

APKPure অ্যাপের মাধ্যমে অতি দ্রুত এবং নিরাপদ ডাউনলোড করা হচ্ছে

Android-এ XAPK/APK ফাইল ইনস্টল করতে এক-ক্লিক করুন!

ডাউনলোড করুন APKPure