À propos de Akhalghar: Best Assamese Cooking Recipes' App
Meilleures recettes de cuisine dans la langue indienne-assamaise locale
Akhalghar Recipes App provides you the collection of best and various types of Indian-Assamese Recipes In Assamese Language.
-This app gives you each Recipes in Assamese only. It is a very useful App for cooking lovers as well as new cooking Learner also.This app will use in your kitchen at any time.
অন্তর্ভুক্ত কৰা ৰেচিপি বোৰ:-
• অসমীয়া খাদ্যাভ্যাস
• সু-স্বাস্থ্যৰ বাবে ৰন্ধন প্ৰকৰণ
• কেপচিকাম চিকেন দ্ৰাই ফ্ৰাই
• শুকুৱা ৰৌ মাছৰ সতে বাঁহ গাজ
• পালেং পনীৰ (পালক পনীৰ)
• দোৰোণ শাকৰ খাৰ
• ৰ’ষ্টেড চিকেন
• বইল গাহৰিৰ মঙহ
• কলডিলৰ ভাজি
• হায়দৰাবাদী চিকেন দম বিৰিয়ানী
• পালেং শাকৰ মাছৰ আঞ্জা
• তিলৰ সৈতে কুকুৰাৰ মঙহ
• টেঙেচী আৰু কনবিলাহীৰে ভাঙন মাছৰ আঞ্জা
• চয়াচচ দি ৰন্ধা কুকুৰা মঙহ
• নৰসিংহৰে মুৰ্গীৰ মাংস
• কলডিলৰ সতে ৰন্ধা কুকুৰা মাংস
• পনীৰ মচলা
• আম, নাৰিকলৰ গাখীৰেৰে বৰালী মাছৰ টেঙা আঞ্জা
• বাঁহগাজৰ সৈতে গাহৰি মাংস
• লাইপাতৰ সৈতে গাহৰি মাংস
আজি যুগ সলনি হল। মবাইল টিপিয়ে সকলো পোৱা যুগতো ইণ্টাৰনেট মাধ্যমত এতিয়াও অসমীয়া ভাষাই খলকনি কৰিব পৰা নাই। কবলৈ দুখৰ কথা যদিও এতিয়াও নিজ ভাষাত কোনো উৎকৃষ্ট মানদণ্ডৰ Software বা App বনোৱা হোৱা নাই। AXOMPRIDE DIGISOLUTIONS এ বৰ্তমানৰ আধুনিকতা যুগৰ লগত জড়িত ৰাখি ৰন্ধন প্ৰণালীৰ এটা APP বনোৱা হৈছে। আশা কৰিছোঁ আপোনালোকে ৰেচিপি বোৰ বহুত ভাল পাব। শেষত আপোনালোকৰ মৰম আৰু শ্ৰদ্ধাৰে
আখলঘৰ
What's new in the latest 1.0
Informations Akhalghar: Best Assamese Cooking Recipes' App APK

Téléchargement super rapide et sûr via l'application APKPure
Un clic pour installer les fichiers XAPK/APK sur Android!