Informazioni su Quizpedia Axom : Assamese GK Quiz App
Sapere è potere. Quindi, impara oggi a guidare domani.
Quizpedia Axom(কুইজপেডিয়া অসম) is a 100% free GK app. This free gk quiz app or quiz of knowledge app improves one’s general knowledge about India as well as the world.
This general knowledge app helps you to be sharp-witted in gk and to be fast in world gk learning, in order to be successful in this competitive world.
অন্তর্ভুক্ত অধ্যায় / বিষয়:
১ পৃথিৱীৰ ভৌগোলিক তথ্য
২ বিশ্ব বুৰঞ্জী
৩ বিশ্বৰ দীৰ্ঘতম
৪ বিশ্বৰ বৃহত্তম
৫ বিশ্বৰ উচ্চতম
৬ বিশ্বৰ ক্ষুদ্ৰতম
৭ বিশ্বৰ প্ৰধান জলপ্ৰপাত
৮ বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম
৯ বিশ্বৰ প্ৰধান মৰুভূমিসমূহ
১০ আবিষ্কাৰ আৰু আবিষ্কাৰক
১১ পৃথিৱীৰ সাগৰসমূহ
১২ পৃথিৱীৰ মহাসাগৰসমূহ
১৩ পৃথিৱীৰ মহাদেশসমূহ
১৪ পৃথিৱীৰ উল্লেখযোগ্য হ্রদ
১৫ পৃথিৱীৰ উল্লেখযোগ্য আগ্নেয়গিৰি
১৬ পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ
১৭ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক
১৮ সাহিত্যত নবেল বঁটা বিজয়ীসকল
১৯ বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী
২০ বিভিন্ন দেশৰ স্বাধীনতা দিৱস
২১ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া
২২ আৰ্ন্তজাতিক দিৱসসমূহ
২৩ আন্তৰ্জাতিক সীমাৰেখা
২৪ প্ৰশ্নোত্তৰত বিজ্ঞান তথ্য
২৫ মানৱ শৰীৰৰ তন্ত্ৰসমূহ
২৬ বিশ্বৰ খেল জগত
২৭ বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ
২৮ বিশ্বৰ কেইখনমান বাতৰি কাকত
সম্পর্কিত (About):
আজি যুগ সলনি হল । মবাইল টিপিয়ে সকলো পোৱা যুগতো ইণ্টাৰনেট মাধ্যমত এতিয়াও অসমীয়া ভাষাই খলকনি কৰিব পৰা নাই। কবলৈ দুখৰ কথা যদিও এতিয়াও নিজ ভাষাত কোনো উৎকৃষ্ট মানদণ্ডৰ Software বা App বনোৱা হোৱা নাই । AXOMPRIDE DIGISOLUTIONS এ বৰ্তমানৰ এই প্ৰতিযগিতামূলক যুগৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ জ্ঞানৰ "কুইজপেডিয়া অসম " নামৰ এটি App বনোৱা হৈছে । আশা কৰিছোঁ ছাত্ৰ - ছাত্ৰীৰ লগতে যিকোনো প্ৰতিযগিতামূলক পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলেও উপকৃত হব ।
শেষত আপোনালোকৰ মৰম আৰু শ্ৰদ্ধাৰে
কুইজপেডিয়া অসম
What's new in the latest 1.1
Informazioni sull'APK Quizpedia Axom : Assamese GK Quiz App

Download super veloce e sicuro tramite l'app APKPure
Basta un clic per installare i file XAPK/APK su Android!