islamEnc

islamEnc

islamEnc
Jan 2, 2024

Trusted App

  • 3.6 MB

    Rozmiar Pliku

  • Everyone

  • Android 4.4+

    Android OS

O islamEnc

অসমীয়া ভাষাত ইছলাম সম্পর্কে জ্ঞানকোষ

ভিজন:

ইন্টাৰনেটত অসমীয়া ভাষাত ইছলাম সম্পর্কে জ্ঞানকোষ প্ৰস্তুত কৰা।

মিচন:

islamEnc.in এটি দাৱাতি, গৱেষণাধর্মী আৰু শিক্ষামূলক এপ্লিকেচন আৰু ৱেবছাইট। ইয়াৰ লক্ষ্য হৈছে– ইছলামৰ মূল গ্ৰন্থবোৰৰ অনুবাদ তথা বিভিন্ন মছলা মাছাইল সম্পর্কীয় প্রশ্নাৱলীৰ গৱেষণানির্ভৰ, দলিলভিত্তিক আৰু যিমানদূৰ সম্ভৱ বিস্তাৰিত আৰু সহজভাষাত উত্তৰ প্রদান কৰা। এই এপ্লিকেচন আৰু ৱেবছাইটৰ সকলো তথ্য তত্ত্বাৱধান কৰে শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান (হাফিযাহুল্লাহ্) চাহাবে। এই এপ্লিকেচনে মুছলিম-অমুছলিম সকলো প্রশ্নকাৰীৰ ইছলামিক শ্বৰীয়াহ সম্পর্কীয় অথবা মনস্তাত্বিক আৰু সামাজিক যিকোনো প্রশ্নক আদৰণি জনায়।

লক্ষ্য-উদ্দেশ্য:

১) কোৰআনৰ অসমীয়া অনুবাদ সহজলভ্য কৰা ৷

২) বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ অন্যান্য গ্ৰন্থবোৰৰ অসমীয়া অনুবাদ উপলব্ধ কৰা ৷

৩) অসমীয়া ভাষাত অনুবাদ হোৱা নিৰ্ভৰযোগ্য ইছলামী কিতাপসমূহ পাঠকৰ বাবে সহজলভ্য কৰা ৷

৪) ইছলাম প্রচাৰ আৰু দাৱাত প্ৰদান।

৫) ইছলামী জ্ঞানৰ প্রসাৰ আৰু মুছলমানৰ অজ্ঞতা দূৰীকৰণ।

৬) কাউন্সেলিং আৰু দলিলভিত্তিক শ্বাৰয়ি প্রশ্নোত্তৰ প্রদানৰ মাধ্যমত মানুহৰ চাহিদা পূৰণ।

৭) ইছলাম সম্পর্কে সন্দেহ সৃষ্টিকাৰী ব্যক্তিবর্গৰ সন্দেহ-সংশয়ৰ উত্তৰ প্রদান।

৮) জ্ঞানগত, শিক্ষাগত আৰু সামাজিক পৰামর্শ প্ৰদানৰ মাধ্যমত জীৱনঘনিষ্ঠ বিভিন্ন বিষয়ত মানুহক দিশ-নির্দেশনা প্রদান।

ৱেবছাইটৰ নীতি:

এই এপ্লিকেচন তথা ৱেবছাইটে আহলে ছুন্নত অল-জামাআতৰ আকিদা আৰু ছালাফে চলেহীনৰ অনুসৰণৰ প্রচাৰ কৰে। এই ৱেবছাইটে সর্বোচ্চ চেষ্টা কৰে, যাতে তথ্যসমূহ গ্রন্থিত হয় কোৰআন-ছুন্নাহৰ দলিলভিত্তিক আৰু গৃহীত হয় ইমাম আবু হানিফা (ৰাহিমাহুল্লাহ), ইমাম মালিক (ৰাহিমাহুল্লাহ), ইমাম শ্বাফেয়ী (ৰাহিমাহুল্লাহ) আৰু আহমাদ বিন হাম্বল (ৰাহিমাহুল্লাহ) ৰ মাজহাব চতুষ্টয়ৰ আলিমসকলৰ বক্তব্য, পূৰ্বৱৰ্তী আৰু পৰবৰ্তী অন্যান্য আলিমসকলৰ বাণী, ফিকাহ কাউন্সিলসমূহৰ সিদ্ধান্তৱলী আৰু ইছলামী জ্ঞানৰ বিভিন্ন শাখাত পাৰদর্শী তালিবুল ইল্মসকলৰ মতামতৰ পৰা।

এই ৱেবছাইটে অযথা তর্ক, গালি-শপনি, অশোভনী কথা আৰু নিষ্ফল বিবাদ ইত্যাদি এৰাই চলে, যিবোৰত কোনো ধৰণৰ কল্যাণ নাই। আমি আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাক এই পথত অবিচল ৰাখে, হিদায়তৰ ওপৰত সুদৃঢ় ৰাখে আৰু তেওঁ যি পছন্দ কৰে আৰু ভালপায় আমাক যাতে সেইটো কৰিবলৈ তাওফীক প্ৰদান কৰে।

Prawa autorskie © 2021 islamEnc.in

Pokaż więcej

What's new in the latest 1.0

Last updated on 2024-01-02
The islamEnc.in is a dawah, academic and educational Website & App. The goal is to translate the fundamental books of Islam as well as offer advice and academic answers based on evidence from religious texts in an adequate and easy-to-understand manner. All contents of islamEnc are supervised by Shaykh Rafiqul Islam bin Habibur Rahman (may Allah preserve him). The App & Website welcomes questions from everyone, Muslims and otherwise, about Islamic, psychological and social matters.
Pokaż więcej

Filmy i zrzuty ekranu

  • islamEnc plakat
  • islamEnc screenshot 1
  • islamEnc screenshot 2
  • islamEnc screenshot 3
  • islamEnc screenshot 4
  • islamEnc screenshot 5
  • islamEnc screenshot 6
  • islamEnc screenshot 7

Informacje islamEnc APK

Ostatnia wersja
1.0
Android OS
Android 4.4+
Rozmiar Pliku
3.6 MB
Deweloper
islamEnc
Available on
Ocena treści
Everyone
Bezpieczne i Szybkie Pobieranie APK na APKPure
APKPure używa weryfikacji podpisu, aby zapewnić bezpieczne pobieranie plików APK islamEnc bez wirusów dla Ciebie

Stare wersje islamEnc

3.6 MBJan 2, 2024
Pobierz
APKPure ikona

Superszybkie i bezpieczne pobieranie za pośrednictwem aplikacji APKPure

Jedno kliknięcie, aby zainstalować pliki XAPK/APK na Androidzie!

Pobierz APKPure
thank icon
We use cookies and other technologies on this website to enhance your user experience.
By clicking any link on this page you are giving your consent to our Privacy Policy and Cookies Policy.
Learn More about Policies