আল-কোৰআন অসমীয়া

আল-কোৰআন অসমীয়া

islamEnc
Oct 6, 2021
  • 4.1 MB

    파일 크기

  • Android 4.4+

    Android OS

আল-কোৰআন অসমীয়া 정보

Assamse 언어에서 알 - 꾸란

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ

পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিতোঁ, আলহামদুলিল্লাহতোঁ, আলিল্লা অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে. এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মেূল গ্ৰন্থৰ সমপৰ।মপৰ্যাচিতযে আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শবেদৰ অৰ্থ অনুটদত নুধত িবাদত ি অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ.

কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে. লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনততেটট নাটট ৱিঅছতিঅছতিটবছতেঅছৰাণ আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মিয়ক।ধ্যম বনাই (আমীন)

এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।

* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ।নুবাদ।নুবাদ দিযৰ

* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ হটন স। কটন সতবটন সৰ

* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।

* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।

* নাইট মোড অপচন দিয়া হৈছে।

* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।

* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰপিপরিপেধৰতিঢল়িবিতি

আলহামদুলিল্লাহ্, আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে.

আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ.

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন.

যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক WhatsApp에 ত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে.

ইতি

অনুবাদকঃ আল-কোৰআন অসমীয়া

ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান

বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।

যোগাযোগঃ [email protected]

[email protected]

Whatsapp : 9101665226

더 보기

What's new in the latest 2.2

Last updated on 2021-10-07
এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।
* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।
* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।
* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।
* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।
* নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে।
* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।
* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।
더 보기

비디오 및 스크린 샷

  • আল-কোৰআন অসমীয়া 포스터
  • আল-কোৰআন অসমীয়া 스크린샷 1
  • আল-কোৰআন অসমীয়া 스크린샷 2
  • আল-কোৰআন অসমীয়া 스크린샷 3
  • আল-কোৰআন অসমীয়া 스크린샷 4
  • আল-কোৰআন অসমীয়া 스크린샷 5
  • আল-কোৰআন অসমীয়া 스크린샷 6
  • আল-কোৰআন অসমীয়া 스크린샷 7

আল-কোৰআন অসমীয়া apk 정보

최신 버전
2.2
Android OS
Android 4.4+
파일 크기
4.1 MB
개발자
islamEnc
Available on
APKPure에서 안전하고 빠른 APK 다운로드
APKPure는 바이러스 없는 আল-কোৰআন অসমীয়া APK 다운로드를 위해 서명 확인을 사용합니다.
APKPure 아이콘

APKPure 앱을통한매우빠르고안전한다운로드

한번의클릭으로 Android에 XAPK/APK 파일을설치할수있습니다!

다운로드 APKPure
thank icon
사용자 환경을 개선하기 위해 이 웹 사이트의 쿠키 및 기타 기술을 사용합니다.
이 페이지의 링크를 클릭하면 당사의 개인 정보 보호 정책쿠키 정책에 동의하는 것입니다.
더 알아보기