About Assamese Books
এই এপটো হ'ল অসমীয়া ভাষাৰ বিভিন্ন ন-পুৰণি Public Domain ত উপলব্ধ কিতাপৰ ভাণ্ডাৰ।
"Assamese Books" লৈ আপোনাক স্বাগতম। অসমীয়া ভাষাৰ Copyright বিহীন Public Domain ত উপলব্ধ কিতাপ সমূহক একে ঠাইতে উপলব্ধ কৰোৱাৰ বাবে এই এপটোৰ সৃষ্টি কৰা হৈছে। ভৱিষ্যতেও আমি ইয়াৰ পৰিসৰ বৃদ্ধিৰ লগতে পঢ়ুৱৈৰ দিহা পৰামৰ্শৰ দ্বাৰা গুণগত মানদণ্ড উন্নতমানৰ কৰাৰ প্ৰয়াস কৰি যাম। আনহাতে আপুনি যদি আপোনাৰ কোনো কিতাপ আমাৰ এই এপটোৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ সতে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।
এপটোৰ সুবিধাসমূহ-
➡️ Send Notification
➡️ Bookmark with the last reading page
➡️ Swipe to the next or previous page
➡️ Jump to page number
➡️ Search books
➡️ Rate, Share & More apps
➡️ Load More Pagination
➡️ Dark Theme
এপটোত উপলদ্ধ শিতানসমূহ-
➡️ গল্প
➡️ বুৰঞ্জী
➡️ সাধুকথা
➡️ প্ৰবন্ধ
➡️ ব্যাকৰণ
➡️ কুঁহিপাঠ
➡️ নাটক
➡️ উপন্যাস
➡️ অন্যান্য
⭐ইয়াৰ উপৰিও আন আন বহুতো শিতান ইয়াত সন্নিবিষ্ট কৰা হৈছে।
What's new in the latest 1.0
Assamese Books APK Information
Old Versions of Assamese Books
Super Fast and Safe Downloading via APKPure App
One-click to install XAPK/APK files on Android!







